Gajari: the Best of Indian Jokes: February 2017

February 06, 2017

GAJARI DOT COM BOOK RELEASE FUNCTION 1st January 2017


GAJARI DOT COM Book was released on 1st Jan, North East Book Fair






GAJARI DOT COM Book was released on 1st Jan, North East Book Fair 2017. 


There are over 400 unique Assamese Jokes in this book compiled and edited by Santanu Changmai. Most of these jokes have been compiled from Gajari Dot Com Facebook Group contributed by the esteemed members of the family. 

প্ৰায় তিনিশ’ ব্যক্তিয়ে গাজাৰী ডট কম কিতাপ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে| উত্তৰ পূৱ গ্ৰন্থমেলাৰ বাকৰি সিদিনা প্ৰাণখোলা হাঁহিৰে উপচি পৰে| ফেচবুক গোটটিৰ অনেক সদস্য সেইদিনা প্ৰকাশনৰ শান্তনু কৌশিক বৰুৱাৰ সৈতে উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে| প্ৰকাশ পোৱাৰ আগৰে পৰাই ফেচবুকৰ অনেক লোকৰ মাজত উত্‍কন্ঠাৰ সৃষ্টি কৰা এই গ্ৰন্থখনে মুক্তি পোৱাৰ পিছৰে পৰাই সমগ্ৰ অসম জুৰি আলোড়নৰ সৃষ্টি কৰে| ইচ্ছুক পাঠকসকলে অসমৰ বিভিন্ন আগশাৰীৰ গ্ৰন্থৰ বিপনী, অনলাইন যোগে অথবা ডাকযোগে ঘৰতে বহি কিতাপখন অৰ্ডাৰ কৰিবলৈ ধৰে| অসমৰ বিভিন্ন স্থানৰ গ্ৰন্থ বিক্ৰেতা সকলৰ মতে কিতাপখনে পাঠকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে আৰু অসমীয়া কৌতুকৰ কিতাপো যে Best Seller হ’ব পাৰে, গাজাৰী ডট কম এখন সুন্দৰ উদাহৰণ| 

কিতাপখন ঘৰতে বহি পাবৰ বাবে আপুনি এই ইমেইলত যোগাযোগ কৰিব পাৰে: avenger.delhi@gmail.com