Gajari: the Best of Indian Jokes: March 2017

March 31, 2017

গুহেটীৰ চিটিবাছত বেঙেনা

বেঙেনা তেতিয়া প্ৰথম কাম বিচাৰি গুৱাহাটীলৈ গৈছিল ।
তাত গৈ চিটিবাছত উঠিল ।আগতে গুৱাহাটী যোৱা নাই গতিকে ঠাই বোৰৰ নামো বিশেষ নাজানে।বাছত তাৰ আগৰ চিটত ধুনীয়া ছোৱালী দুজনী বহি আছিল ।
বাছত যেতিয়া ভাৰা লবলৈ আহিল তেতিয়া বেঙেনাই মনতে ভাবিলে ছোৱালী দুজনী য়ে যি নাম কব সি তাতে নামি কাম বিচাৰিব। পকেটৰ পৰা ভাৰা পইচা উলিয়াই .........

প্ৰথম ছোৱালী -দাদা অনুৰাধা ।
দ্বিতীয় ছোৱালী -দাদা অস্পৰা।

আমাৰ বেঙেনাও কম টেলেন্টদ নে ছোৱালী কেইজনীয়ে নিজৰ নাম কোৱা বুলি ভাবি সিও বেচেৰাই পইছা হাতত দি কলে-  "দাদা বেঙেনা" ।
তালৈ চাই ছোৱালীকেইজনীয়ে যিটোহে হাঁহি মাৰিছিল সেইটোৰ কথা এতিয়াও কেতিয়াবা চচাক কয় বুলি শুনিবলৈ পোৱা যায় ।

**(বেঙেনা হৈছে জিতুক জোকোৱা নাম)

By Nip Jyoti for Assamese Jokes (Gajari Dot Com)

ননৰ ভাষাজ্ঞান (Latest Assamese Joke)

নন: ম‍ই কেইবাটাও ভাষা জানো!
আপী: হয় নি? কি কি?
নন: ইংৰাজী/ অসমীয়া/ হিন্দী আৰু আৰবী
আপী: আৰবী? লাইন এটা কোৱা আৰু অৰ্থটো হিন্দীত কোৱাচোন
নন: তমল্লি মা আঁ... ৱেইলা হা তাবা ইদ্দা ফী আলিবি হাৱান/ তমল্লি মৌৱান.... তমল্লি ৱালি উফ অলবি ৱালা বানচাঁ.... তমল্লি ৱা হি ইচনি লো হাট্টা বনো য়্য়াঁ....
আপী: মানে ?
নন: কহো না কহো/ য়ে আখে বোলতি হেই/ অ চনম অ চনম অ মেৰে চনম/ / হাউ, মাৰ্ডাৰ চিনেমাখন চোৱা নাই?

This Assamese Joke has been collected from the best Assamese Jokes Facebook Group GAJARI DOT COM