Gajari Blog is a collection of the best Indian New Jokes from Facebook, Google and others. Edited, maintained and updated by Santanu Changmai. Spread the laughter! Keep smiling.
▼
Pages
▼
November 13, 2012
হীৰাৰ আঙুঠি
থুলুক: জানমণি, এইটো লোৱা | ঘৈণীয়েক: এইটো কি? থুলুক: হীৰাৰ আঙুঠি... ঘৈণীয়েক: আ আ আ ... মোৰ বিশ্বাসেই নহয়; ইউ আৰ চ’ চুইইইইইট | কিন্তু তুমি মোক স্কুটী এখন হে দিয়াৰ কথা আছিল ? থুলুক: ধেই, স্কুটী কিবা নকলী পাই নেকি ? হি হি হি by Shantichaya D.
No comments:
Post a Comment
Liked it? Please share with your friends.