Gajari: the Best of Indian Jokes: বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড Assamese joke

January 06, 2024

বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড Assamese joke

 নাজিবঃ লুতফা, তোমাৰ বয়ফ্ৰেণ্ড আছেনে?

লুতফাঃ নাই। কাৰণ--- মোৰ আম্মী বহুত ষ্ট্ৰিক্ট।
তোমাৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই পিছে?
নাজিবঃ নাই। কাৰণ, তোমাৰ আম্মী বহুত ষ্ট্ৰিক্ট।


Assamese joke
Assamese blog
New jokes
Fresh jokes

No comments:

Post a Comment

Liked it? Please share with your friends.