A Mad author & his book
Doctor: এইখন কি ?
পাগল: মই এইখন ৫০০ পৃষ্ঠাৰ কিতাপ লিখিছোঁ |
Doctor: তুমি ৫০০ পৃষ্ঠাত ইমানকৈ কি নো লিখিছা ?
পাগল : প্ৰথম পৃষ্ঠাত লিখিছোঁ - এজন ৰজাই এদিন ঘোঁৰাৰ পিঠিত উঠি জংগল এখনলৈ গ’ল / আৰু শেষৰ পৃষ্ঠাত লিখিছোঁ- ৰজাই গৈ জংগল পালেগৈ |
Doctor: তেনেহ’লে মাজৰ ৪৯৮ পৃষ্ঠাত নো কি কি লিখিছা ?
পাগল : টিগদিক টিগদিক টিগদিক ..... টিগদিক টিগদিক ...
contributed by Jyoti Rekha

No comments:
Post a Comment
Liked it? Please share with your friends.