The most Romantic Place
কেটেঙা: ভাৰত চৰকাৰে Recently অসমক দেশৰ ভিতৰতে আটাইতকৈ ৰোমান্টিক ঠাই বুলি ঘোষণা কৰিছে
পেটুৱা: বাত কৰতা হ্যে!!! কেনেকৈ?
কেটেঙা: কেলেই, অসমত সদায় গধূলি মানুহবোৰে Candle-light ডিনাৰ কৰে আক’ ; সেই কাৰণে...
পেটুৱা: তেমাম আৰু দেই...
by Changmai#
পেটুৱা: বাত কৰতা হ্যে!!! কেনেকৈ?
কেটেঙা: কেলেই, অসমত সদায় গধূলি মানুহবোৰে Candle-light ডিনাৰ কৰে আক’ ; সেই কাৰণে...
পেটুৱা: তেমাম আৰু দেই...
by Changmai#
No comments:
Post a Comment
Liked it? Please share with your friends.