Supreme Knowledge
এবাৰ এজন জীৱ-বিজ্ঞানৰ শিক্ষক,গণিতৰ শিক্ষক
আৰু ৰসায়ন বিজ্ঞানৰ শিক্ষকে তেওঁলোকৰ পাণ্ডিত্য দেখুৱাবলৈ নদী এখনলৈ গ'ল
জীৱ-বিজ্ঞানৰ
শিক্ষক জনে ক'লে : মই নদীত থকা সকলোবোৰ প্রাণী আৰু
উদ্ভিদৰ তথ্য দিব পাৰিম | (এইবুলি কৈ
নদীত জাঁপ দিলে)
.
গণিতৰ শিক্ষক
জনে ক'লেঃ মই নদী খনৰ দৈর্ঘ্য আৰু প্ৰস্হ উলিয়াব পাৰিম |(এইবুলি কৈ পানীত জাঁপ দিলে)
.
ৰসায়ন বিজ্ঞানৰ
শিক্ষক জনে ক'লে (তেওঁলোকে উঠি আহিব বুলি ৫ ঘন্টা ধৰি অপেক্ষা কৰি থাকিল আৰু নদীৰ পৰা উঠি নহা দেখি): মই নিশ্চিত
হৈ ক'ব পাৰো যে তেওঁলোক দুজন
পানীত দ্রৱণীয়..!!
Contributed By Jyoti Rekha
জীৱ-বিজ্ঞানৰ শিক্ষক জনে ক'লে : মই নদীত থকা সকলোবোৰ প্রাণী আৰু উদ্ভিদৰ তথ্য দিব পাৰিম | (এইবুলি কৈ নদীত জাঁপ দিলে)
.
গণিতৰ শিক্ষক জনে ক'লেঃ মই নদী খনৰ দৈর্ঘ্য আৰু প্ৰস্হ উলিয়াব পাৰিম |(এইবুলি কৈ পানীত জাঁপ দিলে)
.
ৰসায়ন বিজ্ঞানৰ শিক্ষক জনে ক'লে (তেওঁলোকে উঠি আহিব বুলি ৫ ঘন্টা ধৰি অপেক্ষা কৰি থাকিল আৰু নদীৰ পৰা উঠি নহা দেখি): মই নিশ্চিত হৈ ক'ব পাৰো যে তেওঁলোক দুজন পানীত দ্রৱণীয়..!!
No comments:
Post a Comment
Liked it? Please share with your friends.