চিন্তা আৰু চুলি
জুনমুন: - মাম্মী মাম্মী... পাপ্পাৰ কেলে চুলি ইমান কম? আগ তপা যে?
মাম্ম্মী: - পাপাই বেছি বেছি চিন্তা কৰে যে.. চিন্তা কৰিলে চুলি সৰেই। যিমান চিন্তা, সিমানেই চুলি-সৰণ ।
জুনমুন: - অ’ ওৱাও....। এতিয়া হে বুজিলোঁ তোমাৰ চুলিকোচা কিয় ইমান দীঘল। খিক খিক ।
by Changmai#
Find/Join us on Facebook
ReplyDeletehttp://www.facebook.com/groups/396060797070896/