Gajari: the Best of Indian Jokes: প্ৰিয় বন্ধু

October 06, 2012

প্ৰিয় বন্ধু

BEST FRIENDS


কলিতা:- ভাই, ত‍ই তো মোৰ বেষ্ট ফ্ৰেণ্ড | ধৰি ল’ চোন কেনেবাকৈ গম পালি যে আজি ম‍ই সন্ধিয়া মৰি থাকিম, তেতিয়া ত‍ই কি কৰিবি ?

ডেকা:- চিম্পোল, ম‍ই তোক দুপৰীয়া ক’ম- " ঐ কলিতা, তোৰ গাড়ীখন, ক্ৰেডিট কাৰ্ডখন, ব্লেকবেৰী মোবাইলটো, এল.চি.ডি টিভিটো এদিনৰ বাবে ধাৰলৈ দে না, কাইলৈ ঘূৰাই দিম | "

by Changmai#

No comments:

Post a Comment

Liked it? Please share with your friends.