Gajari: the Best of Indian Jokes: কথাৰ নাই শেষ

November 13, 2012

কথাৰ নাই শেষ


কথা পাতি পাতি গাড়ী চলাই থাকোতে দুজন মানুহক খুন্দিয়াই নিহত কৰাৰ অপৰাধত দুগৰাকী মহিলাৰ ১০ বছৰ জেইল হৈছিল ।

দুয়ো সম্পুর্ণ ১০ বছৰ জেইলত একেলগে কটাই মুকলি হোৱাৰ দিনা জেইলৰ গেটৰ পৰা ওলাইয়ে ইজনীয়ে সিজনীলে চাই মিচিকিয়ালে আৰু ক'লে-
" বাকী বোৰ কথা ঘৰত গৈ ভাল কে পাতিম গে আৰু দেই "

by Mon Zeet

No comments:

Post a Comment

Liked it? Please share with your friends.