Gajari: the Best of Indian Jokes: হীৰাৰ আঙুঠি

November 13, 2012

হীৰাৰ আঙুঠি


থুলুক: জানমণি, এইটো লোৱা |
ঘৈণীয়েক: এইটো কি?
থুলুক: হীৰাৰ আঙুঠি...
ঘৈণীয়েক: আ আ আ ... মোৰ বিশ্বাসেই নহয়; ইউ আৰ চ’ চুইইইইইট | কিন্তু তুমি মোক স্কুটী এখন হে দিয়াৰ কথা আছিল ?
থুলুক: ধেই, স্কুটী কিবা নকলী পাই নেকি ? হি হি হি


by Shantichaya D.

No comments:

Post a Comment

Liked it? Please share with your friends.