Gajari: the Best of Indian Jokes: থুলুক আৰু লটাৰী

November 16, 2012

থুলুক আৰু লটাৰী


থুলুকে লটাৰীত ১ লাখ টকা জিকি খুচ | লটাৰীৰ দোকানলৈ গৈ টকাখিনি ডিমাণ্ড কৰিলে |

দোকানী:- দাদা, এতিয়া আপোনাক ২০,০০০ টকা হে দিব পাৰিম, বাকী খিনি টকা আহিবলৈ এসপ্তাহমান লাগিব |

থুলুক:- ম‍ই সেই চব নাজানোঁ, মোক টকা এতিয়াই লাগে | দিলে পূৰা একলাখ টকা দে, নহ’লে লটাৰী টিকেটৰ দাম- পঞ্চাশ টকাটো উভোতাই দে |

by Changmai


1 comment:

  1. হয়তো , পঞ্চাশ টকা দি টিকেটটো লৈছিলো .. টিকেট ল পঞ্চাশ টকা দে ঘূৰাই ..!!

    ReplyDelete

Liked it? Please share with your friends.