নগেন'নীঃ মোৰ গাটো ভাল লগা নাই আজি..
নগেনঃ এহ মই আক' তোমাক লৈ ৰেস্টুৰেন্টতে ৰাতিৰ সাজ খাম বুলি ভাবিছিলো..হ'ব দিয়া আজি নাযাঁও আৰু।
নগেন'নীঃ এ মই ধেমালিহে কৰিছিলো! মই ওলাইছো ৰ'বা।
নগেনঃ ধেত্ আকৰীজনী কৰবাৰ, মইও ধেমালিহে কৰিছিলো। গাহৰি মাংস আনিছিলো, বজাৰ কৰা বেগটোতে আছে, ৰাতিৰ সাজৰ বাবে জলকীয়া-মছলা দি ভালদৰে ৰান্ধিবা যোৱা..
by Dipankar Gogoi
No comments:
Post a Comment
Liked it? Please share with your friends.