আমাৰ ব্ল’গটো ইমানেই জনপ্ৰিয় হৈছে যে আমি এনেধৰণৰ চিঠিও মাজে মাজে লাভ কৰোঁ: -
চিঠি: ---
"এদিন নহয় মই মোৰ পোৱালি টোক লৈ ডাক্তাৰৰ তালৈ গ’লোং| পোৱালিৰ পেট চলি আছিল কাৰণে টেমা এটাত ৫০ গ্ৰাম মান "হাগু" লৈ গৈছিলোঁং| ডাক্তাৰক দিলোঁং| ডাক্তাৰটোৱে পৰীক্ষা কৰিলে...
তাৰ পিছত ক’লে- ওৱা! ও আই! এই খিনি দেখোন হাগু নহয়... হালৱা হে... গাজৰৰ হালৱা...
ও আই... মই পাগলা হৈ গ’লোঁং... কাৰণ মই তো মানুহটোক টিফিনত অফিছলৈ নিবৰ কাৰণে হালৱা ভৰাই দিছিলোঁং.... এইখিনি যদি হাগু নহয়, তেন্তে হাগু খিনি তেওঁৰ টিফিনত... হে ইচচৰ....
তেতিয়াই মানুহটোৰ ফোন আহিল: "হে ৰা, ইমান কম কে কিয় দিছিলা হে টিফিন| খাই আমি চবে ইমান টেষ্টী পালুং... আজি ফাৰ্ষ্ট টাইম তোমাৰ হাতৰ ৰন্ধাৰ তাৰিফ কৰিছে জানা| কালিৰ পৰা বেছিকৈ দিবা হা হালৱা...!"
মহোদয়, এতিয়া মই তেওঁক কাইলৈ একেখিনি হালৱাকে পেক কৰি দিয়া উচিত নে অনুচিত?
ইতি,
নাম প্ৰকাশত অনিচ্ছুক মহিলা"
No comments:
Post a Comment
Liked it? Please share with your friends.