Gajari: the Best of Indian Jokes: চিকটা মাৰোৱাৰীজন

April 12, 2015

চিকটা মাৰোৱাৰীজন

এজন মাৰোৱাৰীয়ে তেঁওৰ ককাকৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰিবৰ বাবে বাতৰি কাকতৰ কাৰ্য্যালয়লৈ ফোন কৰিলে ...

বাতৰি কাকত কাৰ্য্যালয়ঃ Rs. 50/- per word ...
মাৰোৱাৰীঃ  Grandfather Dead

বাতৰি কাকত কাৰ্য্যালয়ঃ Sorry sir, minimum 5 words ...
মাৰোৱাৰীঃ "Grandfather Dead, wheelchair for sale"

By Sekhar J.B.
_________________________
Assamese Jokes

No comments:

Post a Comment

Liked it? Please share with your friends.