Gajari: the Best of Indian Jokes: ঘৰতে বহি চাইন্টিষ্ট....

August 04, 2015

ঘৰতে বহি চাইন্টিষ্ট....

সম্বন্ধীয় পেহীৰ ঘৰত এদিন

-বোপাই কত আজিকালি? ইমান ডাঙৰ হ'লি !! কি কৰ তই?
-অ তই গমেই নাপাৱ; মই চাইন্টিষ্ট !

-হে? কি কথা কৈছ? তই দেখোন মেট্ৰিক তিনিবাৰ দিছিলি?
-অ' আকৌ! একদম সচা! আগতে ধেৰ কিবা কিবি কৰিলো----আজিকালি ঘৰতে বহি বহি অক্সিজেনৰ পৰা কাৰ্বন ডাই অক্সাইড বনাওঁ !

- হেমন্ত কাকতি

No comments:

Post a Comment

Liked it? Please share with your friends.