বেঙেনা তেতিয়া প্ৰথম কাম বিচাৰি গুৱাহাটীলৈ গৈছিল ।
তাত গৈ চিটিবাছত উঠিল ।আগতে গুৱাহাটী যোৱা নাই গতিকে ঠাই বোৰৰ নামো বিশেষ নাজানে।বাছত তাৰ আগৰ চিটত ধুনীয়া ছোৱালী দুজনী বহি আছিল ।
বাছত যেতিয়া ভাৰা লবলৈ আহিল তেতিয়া বেঙেনাই মনতে ভাবিলে ছোৱালী দুজনী য়ে যি নাম কব সি তাতে নামি কাম বিচাৰিব। পকেটৰ পৰা ভাৰা পইচা উলিয়াই .........
প্ৰথম ছোৱালী -দাদা অনুৰাধা ।
দ্বিতীয় ছোৱালী -দাদা অস্পৰা।
আমাৰ বেঙেনাও কম টেলেন্টদ নে ছোৱালী কেইজনীয়ে নিজৰ নাম কোৱা বুলি ভাবি সিও বেচেৰাই পইছা হাতত দি কলে- "দাদা বেঙেনা" ।
তালৈ চাই ছোৱালীকেইজনীয়ে যিটোহে হাঁহি মাৰিছিল সেইটোৰ কথা এতিয়াও কেতিয়াবা চচাক কয় বুলি শুনিবলৈ পোৱা যায় ।
**(বেঙেনা হৈছে জিতুক জোকোৱা নাম)
By Nip Jyoti for Assamese Jokes (Gajari Dot Com)

হিঃ হিঃ জমনি
ReplyDeleteএই কমেন্টৰ যোগেদি মোক ক্ষমা কৰা হবনে?

ReplyDeleteযিটো উগ্ৰ মনোভাব লৈ বিতৰ্ক হৈছে facebook ত ক্ষমা প্ৰাৰ্থনা বিচাৰিবলৈ উচিত সময় নহয় যেন বোধ কৰিলোঁ।
ReplyDeleteভুল সকলোৰে হব পাৰে , আচল কথাটো হল উপলব্ধি । একো নাই বন্ধু হৈ যায় ।
DeleteBhal likhise,Pohri bhal lagise,Agoloiyo likhi thakibo.
ReplyDeleteAssam job r website -> www.jobinfoinghy.com
This comment has been removed by the author.
ReplyDeleteHey , Nice Article ,Thank you for sharing,You can get Govt Job information here.
ReplyDelete