Insurance নথকা কৌতুক দেই
এদিন এটা পুখুৰীৰ পাৰত কচুপাত এখিলাত বহি ভেকুলী এযোৰাই ডেটিং মাৰি আছিল . . .
অলপ পাছত-
১নং ভেঃ টাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
২নং ভেঃ টাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
১নং ভেঃ টাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
২নং ভেঃ টাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
আকৌ এবাৰ
১নং ভেঃ টাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
২নং ভেঃ ফাৰ্...ৰ্..ৰ্..ৰ্...ৰ্
১নং ভেঃ— টাৰ্...টাৰ্...টাৰ্...টাৰ্...ৰ্
সোণজনী Topic change নকৰিবিচোন....
____________________________________________
কৌতুক, অসমীয়া ব্ল’গ, Indian jokes
No comments:
Post a Comment
Liked it? Please share with your friends.