Tell me a funny joke |
শিক্ষক: হিমন্ত, হ'মৱৰ্কৰ বহীখন ক’ত?
হিমন্ত: ছাৰ, স্কুললৈ আহি থাকোতে জোৰকৈ দিয়া বতাহ এজাকে উৰুৱাই লৈ গ'ল।
শিক্ষক: কি যে বাহানা? কিন্তু তোমাৰ স্কুললৈ অহাত পলম কেলেই হ’ল?
হিমন্ত: ছাৰ, মোৰ দোষ নাই বতাহজাক আকৌ উভতি আহিব বুলি মই ৰৈ আছিলোঁ।
___________________________________________________
Search Indian funny joke, Latest joke, Joke 2022, Assamese joke
#assamese #blog #jokes #funny #koutuk #asomiya assamese joke blog, assamese koutuk, latest jokes facebook, gajari dot com, assamese meme
ReplyDelete- দেৱী বৰুৱা