Gajari: the Best of Indian Jokes: স্পিৰিচুৱেল ট্ৰেইনিং কেম্প

October 14, 2022

স্পিৰিচুৱেল ট্ৰেইনিং কেম্প

স্পিৰিচুৱেল ট্ৰেইনিং কেম্প-

সাধু: নিজৰ চৰিত্ৰৰ ওপৰত কন্ট্ৰ’ল ৰখাটো খুবেই জৰুৰী | চৰিত্ৰ নিকা হ’লে হে মন ভাল হ’ব, মন ভাল থাকিলেহে সকলো ভালে থাকিব। যেতিয়াই মন পিচলে, ভগৱানৰ নাম লৈ " হৰি ওঁম হৰি ওঁম " জপিব লাগে। যেতিয়াই কোনো ষোড়শীক দেখি মনে থৰকাচুটি হেৰুৱায়, ক’ব লাগে- হৰি ওঁম হৰি ওঁম। 

শিষ্যগণ: অ’ কে বাবা। 
সাধু: এতিয়া আমি গভীৰ ধ্যানত লিপ্ত হ’মহঁক, সকলোৱে চকু মুদি নিবিষ্ট চিত্তেৰে ধ্যান কৰাহঁক

সকলো শিষ্য ধ্যানত মগ্নবিভোৰ। আনন্দত ধ্যানৰ লেভেল টু পাই থুলুকে বিৰবিৰাবলৈ ধৰিলে | 
থুলুক:- হৰি ওঁম হৰি ওঁম
বাকী শিষ্যগণ সমস্বৰে:- ক’ত ক’ত ? 
________________________________
Spiritual joke, Thuluk Joke, Assames blog

No comments:

Post a Comment

Liked it? Please share with your friends.