মধুচন্দ্ৰিকাৰ নিশা-
পতি-পত্নীৰ কথোপকথন ।ৰোমান্টিক মুডত পতি- "জান, তুমিয়েই মোৰ আশা, তুমিয়েই মোৰ মনমল্লিকা, তুমিয়েই মোৰ অপৰাজিতা, তুমিয়েই মোৰ ..."
.
.
Assamese humor |
.
.
.
.
পত্নীয়ে স্বামীক সাৱটি ধৰি ক'বলৈ ধৰিলে- "প্ৰিয়তম, আপুনিয়েই মোৰ গাঁঠিৰাম, আপুনিয়েই মোৰ নবীন, আপুনিয়েই মোৰ থুলুক..."
_____________________________________________
No comments:
Post a Comment
Liked it? Please share with your friends.