MORNING BLUES
মাক- থুলুক, ইমান দেৰিলৈকে শুই থাক কেলৈ? পুৱা সোনকালে উঠি অলপ কাম-চাম কৰিলেহে জীৱনত ডাঙৰ মানুহ হ'ব পাৰিবি ?"
থুলুক চকু মোহাৰি মোহাৰি-
হবই নোৱৰে মা, তেনে হোৱা হ'লে পেপাৰৱালা আৰু গাখীৰৱালা দুনীয়াত আটাইতকৈ ডাঙৰ মানুহ হ'ল হয়। এতিয়া শুবলে দে... "
____________________________________
-সঁচা কথা ক'লে থুলুক বেয়া- (হিঃহিঃহিঃহিঃহিঃ)
by Ractim G
No comments:
Post a Comment
Liked it? Please share with your friends.