Gajari: the Best of Indian Jokes: পিংকিৰ প্ৰাৰ্থনা

November 13, 2012

পিংকিৰ প্ৰাৰ্থনা


'পিংকিয়ে মন্দিৰলৈ গৈ ভগৱানক প্ৰাৰ্থনা কৰিছে.: - "হে ভগৱান, কোনোবা বুদ্ধিমান ল'ৰা এটাক মোৰ প্ৰেমিক হিচাপে দিয়া।"

ভগৱান: - ঘৰলৈ যোৱাগৈ মাজনি, কাৰণণ বুদ্ধিমান ল'ৰাৰ প্ৰেমিকা নাথাকে...."

by Debajit Hazarika

No comments:

Post a Comment

Liked it? Please share with your friends.