Gajari: the Best of Indian Jokes: হিটলাৰৰ অভিধান

November 13, 2012

হিটলাৰৰ অভিধান


হিটলাৰ- মোৰ অভিধানত 'অসম্ভব বুলি কোনো শব্দ নাই।

থুলুক- এতিয়া কৈ কি লাভ ? অভিধানখন কিনাৰ সময়ত চাই ল'ব লাগিছিল ভালকৈ।

হিঃহিঃহিঃহিঃ
_____________________
"সঁচা কথা ক'লে থুলুক বেয়া"

by Ractim G.

No comments:

Post a Comment

Liked it? Please share with your friends.