এখন ৰেস্তোৰাত... তিনিজন বন্ধুৱে কথা পাতি আছিল্..! তাৰে এজন আমেৰিকান , এজন জাপানিজ ... আৰু এজন... অসমিযা ...! কথাই কথাই.. তেওলোকৰ মাজত.. নিজ নিজ দেশৰ
টেকনলজিৰ ফুটনি.. আৰম্ভ হল !
আমেৰিকান : আমাৰ এমেৰিকাত এইবাৰ এখন এৰোপ্লেন বনাইছে যে, একেবাৰে মুনৰ (চন্দ্ৰ) লগে লগে উৰে !
জাপানিজ + অসমীয়া : কি ??? ইমান ওপৰেৰে উৰে ?
আমেৰিকান : (অলপ ভয কৰি) ... নহয মানে ... অলপ তলেদি উৰে .....
জাপানিজ : আমাৰ জাপানে আকৌ এতিযা এখন ছাবমেৰিন উলিযাইছে.... যিখন.. একেবাৰে .. সাগৰৰ তলৰ মাটিত লাগি চলিব পাৰে...!
অসমীয়া + আমেৰিকান : কি ??? সচাই নে ?
জাপানিজ : (লাজ পাই) ... নহয.... মানে ... অলপ ওপৰেদি চলে !
অসমীয়া : (অলপ ভাবি) এইবাৰ আমাৰ দেশত এনেকুৱা মানুহ আমি জন্ম দিছোঁ ....
যে .... সেই মানুহবোৰে...... নাকেৰে ভাত খায !
জাপানিজ + আমেৰিকান : কি ??? ( আচৰিত হৈ .... )
অসমীয়া : ( বুকু ফিন্দাই ... ) নাই... মানে... অলপ তলেদি খায .....! হি হি হি
by Madhurjya Gogoi
No comments:
Post a Comment
Liked it? Please share with your friends.