Gajari: the Best of Indian Jokes: ৰিণি আৰু মিনি

December 02, 2012

ৰিণি আৰু মিনি


মিনি: ঐ ৰিণি, ত‍ই হেনো গোপালক এৰি দিলি?
ৰিণি: উপায় নাই, মোৰ তাৰ প্ৰতি থকা মৰমবোৰ কমি গ’ল |
মিনি: পিছে ত‍ই দেখোন এতিয়াও সি দিয়া আঙুঠি টোকে পিন্ধি আছ’ !!!
ৰিণি: তালৈ হে মৰম কমি গ’ল, আঙুঠি টোৰ কাৰণে থকা মৰম বোৰ একেই আছে |

by Changmai

No comments:

Post a Comment

Liked it? Please share with your friends.