এজন কৃপণ বহু ওখ বিল্ডিং এটাৰ ছাঁদৰ পৰা পৰিল৷ তলত পৰি মৰাটো খাটাং৷ তললৈ পৰি গৈ আছে গৈ আছে... ৬০ মহলা, ৫০ মলহা, ৩০ মহলা... ২৭ মহলাত তেওঁৰ ঘৰ... খিৰিকি মুখত দেখে, ঘৈণীয়েকে ৰুটি বনাই আছে... পৰি থকা অৱস্থাতে তেওঁ চিঞৰি চিঞৰি ঘৈণীয়েকক কৈ গ'ল.... "মোৰ কাৰণে ৰুটি নবনাবা..........
by ML DAS
by ML DAS
No comments:
Post a Comment
Liked it? Please share with your friends.