Gajari: the Best of Indian Jokes: ভিক্ষাৰী আৰু গাখীৰ

June 06, 2013

ভিক্ষাৰী আৰু গাখীৰ

ভিক্ষাৰীঃ মাইনা পানী আছে নেকি দিয়া
মাইনাঃ গাখীৰ পানী খাব ?
ভিক্ষাৰীঃ বাহ দিয়া দিয়া

গাখীৰ পানী খাই উঠি...
ভিক্ষাৰীঃ  বাহ! ভাল ছোৱালী দেই ...

মাইনাঃ দেইতাই পইতাচোৰা পৰিল বুলি পেলাবলৈ কৈছিল
্কিন্তু মায়ে ক’লে-  কালু আহিলে দি দিবলে|  আপুনি
আগতে আহিলে , কালুয়ে নাপায়  এতিয়া

ভিক্ষাৰীঃ ও ক     ঔউক ......ওক

by Kausik Hazarika


No comments:

Post a Comment

Liked it? Please share with your friends.