Gajari: the Best of Indian Jokes: এটা স্বপ্নৰ কথোপকথন : অসমীয়া কৌতুক

July 18, 2013

এটা স্বপ্নৰ কথোপকথন : অসমীয়া কৌতুক



(পটভূমি - ৰাতি ১১ বাজি ৫৫ মিনিটমান হৈছে ৷ স্বামী চুচৰি বাগৰি কোনো মতে বাৰান্ডাত উঠিছে ৷ পত্নীয়ে ককালত হাত দি থিয় হৈ আছে ৷)

পত্নি - ইমান ৰাতিখন ক’ত কি কৰি আছিলা ?
স্বামী - এহ্ আছিলো আৰু ৷
পত্নি - সেইটো ময়ো গম পাইছো আছিলা বুলি ৷ কিন্তু কৰি কি আছিলা ?
স্বামী - ডাবা খেলি আছিলো ৷
পত্নি - ডাবা যদি খেলি আছিলা তেনেহ’লে গাটো কিয় মদ মদ গোন্ধাইছে ?
স্বামী - আৰে তেনেহ’লে কি ডাবা ডাবা গোন্ধাব নেকি ?

by Pratibhu Dutta

No comments:

Post a Comment

Liked it? Please share with your friends.