ৰিয়ান ৰাগিণীয়ে ইচকুলত বিজ্ঞান বুজাই আছে ।
-" ল'-ছোৱালীহঁত কছোন,
এই যে ছবিখনত দেখিছ ঠেংটো কি চৰাইৰ বাউ ?"
লাষ্ট বেঞ্চৰ ছাত্ৰঃ ধুই, ঠেং চাই চৰাইৰ নাম কব পাৰি নেকি ব্যে ?
ৰিয়ানঃ হ'পলেছ কথা ক'বলে আহিছ । তোৰ নাম কি ?
ছাত্ৰঃ মোৰ ঠেং দুটা চাই লওঁক ... তাৰ পিছত নিজেই গম পাই যাব
by Chandan J Bhuyan
Always Proud to be an Assamese.

No comments:
Post a Comment
Liked it? Please share with your friends.