Gajari: the Best of Indian Jokes: মই মূৰ্খক হেল্ল' নকওঁ

November 07, 2013

মই মূৰ্খক হেল্ল' নকওঁ

গাজাৰী দুজন সদস্য লগ হল ৷ কলিতা আৰু দীপা ৷
কলিতা - হেল্ল', দীপা ৷
দীপা - মই মূৰ্খক হেল্ল' নকওঁ ৷
কলিতা - কিন্তু মই কওঁ ৷
দীপা - কি ????

No comments:

Post a Comment

Liked it? Please share with your friends.