Gajari: the Best of Indian Jokes: নাই চলাইৰ জুই; আহ থাকোঁ শুই...

November 16, 2014

নাই চলাইৰ জুই; আহ থাকোঁ শুই...

কালি নিশা লগ দুটাৰ লগত অধিকাৰী বাবুৱে বহুত দেৰিলৈকে পাৰ্টী কৰিলে|
কাৰেন্টো নাই, মমৰ পোহৰতে পেপছি আৰু চিকেন দকচি খালে|

নিশা ১১ মান বজাত চিগাৰেট এডাল জ্বলাবলৈ লৈ সিঁহতে দেখে, জুইশলাই খতম!
গোটেই ঘৰ ওপৰ তল কৰি বিচাৰিলে- নাপালে|
বাহিৰলৈকো গৈ চালে- কিন্তু দোকান চব বন্ধ|

শেষত উপায় নাপাই মমডাল নুমুৱাই তিনিও শুই পৰিল|

~ Changmai

No comments:

Post a Comment

Liked it? Please share with your friends.