Gajari: the Best of Indian Jokes: পানীৰে লিক চেকিং

November 16, 2014

পানীৰে লিক চেকিং

মিছেছ ধীমান:- জানু পানী এগিলাছ দিবাচোন !
মিষ্টাৰ ধীমান:- হা... এই মাত্ৰ খালা চোন আকৌ পিয়াহ লাগিলেই নেকি...?
মিছেছ ধীমান:- (খং) নাই লগা পিয়াহ চিয়াহ!  চেকহে কৰিম... ক’ৰবাত লিকচিক হ'ল নেকি!

~ জয় দীপ

No comments:

Post a Comment

Liked it? Please share with your friends.