Gajari: the Best of Indian Jokes: ঢেমা আৰু ডাক্তৰ বাবু

January 08, 2015

ঢেমা আৰু ডাক্তৰ বাবু

ঢেমা কাইৰ অসুখ ,ডাক্তৰৰ ওচৰলৈ গল|

ডাক্তৰে কলে- বটল আনিছা নেকি?
ধেমাকাইয়ে লাজ পায় কাইলৈ আনিম বুলি গুছি গল । পিছ দিনা খন আকৌ ডাক্তৰৰ ওচৰলৈ গ’ল|

ডাক্তৰে আকৌ সুধিলে- বটল আনিছনে নাই?
এইবাৰ ঢেমা কাইয়ে লাজ লাজ কৈ কলে-  চাৰে বা কি খায়? আমাৰ ইয়াত নেপালী চুলাইৰ বাদে একো নাপায় নহয় ...

~ B. Patiri


Share our Blog with your pals- The BEST of ASSAMESE JOKES

No comments:

Post a Comment

Liked it? Please share with your friends.