গাফু: হাও! কইলতাৰ ঘৰত ইমেন হাল্লা হৈছি যি? কিয়া হাঁ?
গাফুনী: অ’ বাৰ্থডে আছে দিয়ক|
গাফু: বাৰ্থডে? কাৰ হাঁ?
গাফুনী: টুয়ুৰ|
গাফু: কোন টুয়ু হাঁ?
গাফুনী: নাজনো দিয়ক| চবেই গান গাই আছে চোন- "হেপ্পি বাৰ্থডে টু য়ু..."
~ Shasanka Medhi
[ Follow our Blog to get the Best of Assamese Jokes]

No comments:
Post a Comment
Liked it? Please share with your friends.