Gajari: the Best of Indian Jokes: কৌতুক এটা শুনোৱা চোন

August 04, 2015

কৌতুক এটা শুনোৱা চোন

ইণ্টাৰভিউৱাৰ: তোমাৰ হবি কি কি?
মেধাই: মই মানুহক হঁহুৱাই ভাল পাওঁ

ইণ্টাৰভিউৱাৰ: দুটামান কৌতুক শুনোৱা চোন...
মেধাই: ছাৰ বায়ো-ডাটাখন চোন আপোনাৰ সন্মুখতে আছে!


ইণ্টাৰভিউৱাৰ: হে হে হে! হা হা হা! খেক খেক খেক................


- Shasanka Medhi

No comments:

Post a Comment

Liked it? Please share with your friends.