Gajari: the Best of Indian Jokes: জোঁৱাইৰ উপস্থিত উত্তৰ

August 22, 2016

জোঁৱাইৰ উপস্থিত উত্তৰ

বহুতদিন পিছত চহৰীয়া জোঁৱাই শহুৰেকৰ ঘৰলৈ গ’ল|
শাহুৱেকে আথে-বেথে বহিবলৈ দিলে|

দুপৰীয়া ভাত-পানী খোৱাৰ পিছত-

শহুৰেক: জোঁৱাই, তুমি হেনো মদো খোৱা| মই কালিহে গম পালো| বেয়া কথা দেই....

জোঁৱাই: আপোনাৰ জীয়েকেও তেজ খায়| কেতিয়াবা কৈছিল জানো? বিয়াৰ পিছত হে গম পালোঁ|


Assamese Jokes 2016

No comments:

Post a Comment

Liked it? Please share with your friends.