Funny Jokes |
ৰিন্টুদাৰ বঢ়াই বঢ়াই কোৱা স্বভাৱৰ কথা নো কোনে নাজানে?
দোকানত থিয় হৈ 200 এম.এল. ক’ল্ড ড্ৰিংক খাই আহি ঘৰত ক’বহি- "এই মাত্ৰ 2 লি. থামছ আপ খাই দিলোঁ বুজিছা?"
যোৰহাটৰ গাজাৰী মীট’ৰ পৰা আহি ইন্টাৰেষ্টিং কথা কিছুমান মাধুৰ্যই আমাক ক’লে।
যদি কোনোবাই কয়- "মই ক্লাছ টেনত প্ৰথম ভালুক খাইছিলোঁ"; ৰিন্টুদাই কয়- "সেইটো নো কি ডাঙৰ কথা? মই ক্লাছ চিক্সতে খাইছিলোঁ"
যদি জিতদাই কয়- "মই বৰশীত ডেৰ কিলো গৰৈ মাছ এটা ধৰি পাইছোঁ" ; তেতিয়া ৰিন্টুৱে কয়: "তাত আচৰিত হ’বলগীয়া কি আছে? মই বৰশীৰে 3-4 কেজিৰ মাছ ধৰিয়েই থাকোঁ। "
এপাকত মাধুৱে ক’লে: "মোৰ চাৰে পাঁচ বছৰ হওঁতেই মই দেউতাৰ চাইকেলখন হাফ পেডেল মাৰি চলাবলৈ লৈছিলোঁ। "
ৰিন্টু: "সেইটো নো কি ডাঙৰ কথা হে? মোৰ চাৰে পাঁচ বছৰ হওঁতেই মোৰ চাৰে ছয় বছৰ হৈছিল| আৰু বাইক চলাওঁতে মোৰ বয়স 7 হৈছিল। তাকো ৰাজদূত চলাইছিলোঁ 6 নম্বৰ গীয়েৰত...."

___________________________________________
Latest jokes,
Funny Jokes,
Facebook Assamese jokes
Indian Jokes, Assamese jokes, #Blog #Jokes, Google latest jokes, USA Jokes, England Jokes, all jokes, best jokes
ReplyDelete