লকডাউন ১০ দিন চলাৰ পাছত ডিম্পীৰ হাজবেণ্ডে ক’লে: হৌৰা, মই বজাৰলৈ যাই আছো... কি কি লাগিব লিষ্টখন দিয়া!
ভিতৰৰ পৰা মাত আহিল: লিষ্টখন ফ্ৰিজৰ ওপৰতে আছে, লৈ আনাগৈ
লিষ্টখন চাই হাজবেণ্ড থতমত খাই গ'ল-
১) লিপষ্টিক: ৰেড এক কিলো, পিংক ডেৰকিলো
২) আইলাইনাৰ: এক পোৱা
৩) কাজল: এক কিলো (ভাল কোৱালিটিৰ)
৪) ফাউণ্ডেশ্যন (টপ নেচাৰেলটো ডেৰ/দুই কিলো; আৰু এয়াৰফ্লাশ্বটো দুইকিলো)
৫) ফেচ প্ৰাইমাৰ: তিনি লিটাৰ
৬) ব্লাশ্ব: ভাল চাই আনিবা
৭) পাউডাৰ: ৫-৬ কিলো (নাইচিলটো নানিবা)
৮) মাস্কাৰা: ১০ টেমামান আনিলেই হ’ব সদ্যহতে
৯) লিপ বাম: বেছি নালাগে, এপোৱা
১০) ব্ৰাশ্ব ছেট: দুটা (ব্ৰেণ্ডেড আনিবা... সস্তীয়া নহয়)
#Corona #Lockdown
- By Admin
No comments:
Post a Comment
Liked it? Please share with your friends.