Gajari: the Best of Indian Jokes: নেমু গছৰ চেণ্ডেল ফল (অসমীয়া কৌতুক)

May 24, 2021

নেমু গছৰ চেণ্ডেল ফল (অসমীয়া কৌতুক)

বন্ধত আইতাকৰ ঘৰলৈ ফুৰিবলৈ যোৱা পিমপম উধাতু খাই দৌৰি আহিল
:- অ' আম্মি অ' আম্মি, চোৱাহি চোৱাহি, দৌৰি আহাঁ।

মাকক হাতত ধৰি টানি লৈ গৈ কাষৰ ঘৰৰ পিছফালৰ নেমু এজোপালৈ আঙুলিয়াই
:- চোৱা চোৱা, নেমু গছজোপাত চেণ্ডেলো লাগিছে।

- মোজাম্মিল হক

1 comment:

  1. Anonymous8/22/2022

    Haha. Hilarious joke. We want more such beautiful Assamese comedy from you. Please post more comic stuff.

    ReplyDelete

Liked it? Please share with your friends.