কেইটিমান জানিবলগীয়া কথা:-
১) যদি আপুনি বিচাৰিছে যে কথা এটা নিমিষতে বিয়পি পৰক, তেন্তে আপুনি ডিম্পী ডেকা বা ৰাভিছ ভূঞাক ফোন কৰি কথাটো কৈ দিয়ক আৰু লগতে বাৰে বাৰে ক’ব- "আপুনি কাকো নক’ব হাঁ" 👶
২) যদি আপুনি হীৰকক ব্যস্ত ৰাখিব খুজিছে তেন্তে তাক কওক, তোমাৰ চুলিত ওকণি এটা দেখিলোঁ... সেইটো ধৰি মোক বিকিলে ২০ টকা দিম! বাচ--- সি দিনটো ওকণিটো বিচাৰি থাকিব ২০ টকাটো পাবৰ কাৰণে! 😉
৩) যদি আপোনাৰ পকেটত কেশ্ব নাই, তেন্তে বদনকাইৰ লগত ৰেষ্টুৰেন্টলৈ খাবলৈ নাযাব! খাই উঠি, "ৰ’বা হা, মই পটকে ফোন এটা কৰি আহোঁ" বুলি দুঘন্টাৰ কাৰণে গায়েব হৈ দিব!
৪) যদি আপুনি ষ্টেটাছ এটা দিয়ে, আৰু লিখে- "আজি মোৰ বৰ দুখ লাগিছে! এনেকুৱা হ’ব বুলি ভবাই নাছিলোঁ! অনুগ্ৰহ কৰি কোনেও নুসুধিব, কি হ’ল বুলি!" তেতিয়া আনে সোধক নোসোধক, মম্পী দাসে আহি চিধাই সুধিব "কি হ’ল ন?"
৫) আপুনি যিমানেই তেল নামাৰক কিয়, চিদ দাই ভাত খাবলৈ নামাতে! 😖
৬) যিমানেই কাট নামাৰক কিয়, কাব্য আৰু চচা ভেৰি ভেৰি ভেৰি বিজি! গাজাৰীলৈ আহিবলৈ টাইম নোলায়!
৭) যদি প্ৰজনালক ব্যস্ত কৰি ৰাখিব খুজিছে, তেন্তে পোষ্টত দুই এটা বানান ভুল কৰি দিয়ক! ১৫ মিনিট তাতেই বিজি থাকিব! 😃
No comments:
Post a Comment
Liked it? Please share with your friends.