Gajari: the Best of Indian Jokes: প্ৰেমিক প্ৰেমিকা

September 23, 2022

প্ৰেমিক প্ৰেমিকা

 এহাল প্ৰেমিক প্ৰেমিকাই পাৰ্কত বহি চিপছ খাই আছে | ইটোৱে সিটোৰ ফালে চাই চাই মিচিকিয়া হাঁহিও মাৰি আছে | অলপ পিছত ল’ৰাটোৱে চকু নাঁতৰোৱাই হ’ল |

প্ৰেমিকা:- ইমানকৈ ৰ’ লাগি কি চাই আছা জান ? (লাজকুৰীয়া হাঁহি )
প্ৰেমিক:- তুমি মোতকৈ বেছি বেছি চিপছ মুখত ভৰাইছা... গেজু

No comments:

Post a Comment

Liked it? Please share with your friends.