Gajari: the Best of Indian Jokes: 'ডিপ্ল'মা' নহয় 'মইনা' হে

October 14, 2022

'ডিপ্ল'মা' নহয় 'মইনা' হে

 আইতাকে হাতত পানী কেচুৱা এটা লৈ গাই আছে


"আমাৰে 'ডিপ্ল'মা' শুবয়ে বাৰিতে বগৰী ৰুব এ
বাৰীৰে বগৰী পকি সৰিলে আমাৰে 'ডিপ্লমা'য়ে বুটলি খাব "

এনেতে ওচৰৰে এজনীয়ে শুনি মাত লগালে

"অৰি'.. ভূলকৈ কিয় গাইছে? 'ডিপ্ল'মা' নহয় 'মইনা' হে কিবা??

আইতাকে ক'লে-

নহয় ছোৱালীক দিল্লীলৈ পঠাইছিলো 'ডিপ্ল'মা' আনিবলৈ। আহোতে এইটো লৈ আহিছে....

by Ractim G
_________________________________________
Google Jokes, Assamese Jokes, Latest Facebook Jokes

No comments:

Post a Comment

Liked it? Please share with your friends.