ভিখাৰী:- অ’ দাদা, এটকা দিয়ক না, তিনি দিনৰ পৰা একো এটা খোৱা নাই
কলিতা:- তিনি দিনৰ পৰা একো খোৱা নাই যদি নো কি কৰিবি মাত্ৰ "এটকা" টোৰে হুঁ ?
ভিখাৰী: - [ মূৰটো কৰিম ] চান্দমাৰী ফাৰ্মাচীৰ আগত ওজন জোখা মেচিন এটা
আছে, তাতে এটকা টো ভৰাই দি যোৱা তিনি দিনত কিমান ওজন হ্ৰাস পালে চাম আক’
by Changmai
No comments:
Post a Comment
Liked it? Please share with your friends.