Elon Muskএ Twitter কিনিলে কি হ’ব? আমি হাঁহিবলৈ বন্ধ কৰি দিম নেকি? ব্ল’গ দেখোন চলিয়েই আছে।
মিঃ বৰা বাছত গৈ আছে, দুয়োখন হাত পকেটত ভৰাই লৈছে। আনকি Facebook চাবলৈ, Mobile পিটিকাৰো উপায় নাই...
কণ্ডাক্টৰে আহি তেওঁক ভাড়া খুজিলে: " দাদা, আপোনাৰ ভাড়াটো দিয়কছোন"