Gajari: the Best of Indian Jokes: An Onion tale

August 30, 2013

An Onion tale

দেবুদা: পিয়াজ কেনেকৈ দিছা?
বেপাৰী: জুখি জুখি দিছো

দেবুদা: মানে, দাম কিমান?
বেপাৰী: এক কেজিত 70 টকা

দেবুদা: বেছি কৈছা, কম নকৰা নেকি?
বেপাৰী: কৰিম

দেবুদা: কিমান কমত দিবা
বেপাৰী: আধা কেজি 40 টকাত লৈ যাওক

দেবুদা: হি হি, দিয়া দিয়া, আধা আধা কেজিৰ চাৰিটা টোপোলা বান্ধি দিয়া!

by Changmai

No comments:

Post a Comment

Liked it? Please share with your friends.