Gajari: the Best of Indian Jokes: চেংমাৰ গান

August 30, 2013

চেংমাৰ গান

(by Joy Chakroborty)

Find us on Facebook

এটা দেশ ভক্তিমূলক গীতৰ কিমান শক্তি থাকে বাৰু… ???
মাথো এটা দেশ ভক্তিমূলক গীতেৰেই এবাৰ চেংমাই খতৰণাখ উগ্ৰপন্থীৰ পৰা কেৱল নিজৰ জীৱন ৰক্ষা কৰাই নহয়, এই গীতৰ বাবেই বিবেক দংশনত ৩ জনকৈ উগ্ৰপন্থী আত্মঘাতী হৈ মৰে আৰু তাৰেই ফলত চৰকাৰে মহান চেংমালৈ “গৰমবীৰ চক্ৰ” বটা প্ৰদান কৰে। মহাশয় আমাৰ গাজাৰীৰ এডমিন হোৱাৰ বাবে মই গৰ্বিত, বোলো জয় গৰমবীৰ চেংমাৰ জয়…......


1 comment:

Liked it? Please share with your friends.