Gajari: the Best of Indian Jokes: ডকাইতৰ সতে এনকাউন্টাৰ

August 30, 2013

ডকাইতৰ সতে এনকাউন্টাৰ

এদিন এটা নিৰ্জন ৰাস্তাইদি চেংমাই বজাৰলৈ গৈছিল । হঠাৎ ডকাইতে তাক ধৰিলে ।

ডকাইত :-- ঐ বেটা, তোৰ লগত যি য'ত টকা আছে সকলো দে !

চেংমাই :-- দাদা, মোৰ হাতত একো নাই !

ডকাইত :-- একো নাই, সঁচাই কৈছনে ? এইবাৰৰ পৰা এই ৰাস্তাইদি আহিলে লগত টকা আনিবি ! ভাগ চাল্লা......

ডকাইত :-- ঐ ৰ'হ...!

চেংমাই :-- কি হ'ল দাদা ?

ডকাইতটোৱে চেংমাইৰ দীঘল চুলি এডাল টানি চিঙি পেলালে ।

চেংমাই :-- কি বে' ভাই ? মাথাৰপৰা চুলি চিঙিচ্ কেলেই ?

ডকাইত :-- চুলি এডাল চিঙি নিদিলেতো, ফেচবুকত আপদেট দিবিগৈ যে গাজাৰীত গৈ কবিগৈ নহয় বুলে ডকাইতে ধৰিছিল কিন্তু মোৰ সামান্য চুলি এদালো একো কৰিব নোৱাৰিলে ।

by চাবোন চন্দ্ৰ চৌদাখাৰ

No comments:

Post a Comment

Liked it? Please share with your friends.