Gajari: the Best of Indian Jokes: বাদাম খালে বাঢ়ে ব্ৰেইন

August 17, 2013

বাদাম খালে বাঢ়ে ব্ৰেইন

কলিতাই গনেশগুৰিত বাদাম বেচি আছিল ...

চেংমাই : এইবোৰ খালে কি হয়??
কলিতা : মগজ হয় ..
চেংমাই : কেনেকৈ ??
কলিতা : ক'ওকচোন, ১ কেজি চাউলত কিমানটা চাউলৰ দানা থাকে ?? 
চেংমাই : নাজানো নহয়...

কলিতাই বাদাম এটা খাবলৈ দি সুধিলে এতিয়া ক'ওকচোন, এক ডজনত কেইটা কল থাকে ?
চেংমাই : বাৰটা 
কলিতা : হে হে হে, য়, আপোনাৰ মগজ বাঢ়িল নে ? 
চেংমাই : ওকে, ওৱাও, আইলা... এক পোৱা বাদাম দিয়ক ... বান্ধি নিদিব, ইয়াতে খাম, আৰু আমাৰ দীপা বেঙীৰ কাৰণেও দুই কিলো বান্ধি দিবচোন... হি হি হি

By Dipa Moni

No comments:

Post a Comment

Liked it? Please share with your friends.