Gajari: the Best of Indian Jokes: ধৰমপত্নী: অসমীয়া কৌতুক

September 10, 2013

ধৰমপত্নী: অসমীয়া কৌতুক

দুটা কাম কৰাটো অতি কঠিন: -

ক/ নিজৰ মতে আনক চলোৱাটো; নিজৰ আইডিয়া, চিন্তা-ধাৰণা আদি আনৰ মগজুত প্ৰোথিত কৰিব পৰাটো|
খ/ আনে কষ্ট কৰি উপাৰ্জন কৰা ধন নিজৰ পকেটলৈ আনিব পৰাটো|

* এক নং কামটো যি কৰিব পাৰে তেওক শিক্ষক বুলি কোৱা হয়|
* দুই নং কামটো যি কৰিব পাৰে তেওক ব্যৱসায়ী বুলি কোৱা হয়|
** দুয়োটা কাম একেলগে কৰিব পৰাগৰাকীক "ধৰমপত্নী" বুলি কোৱা হয়|

by Changmai

No comments:

Post a Comment

Liked it? Please share with your friends.